QUIZ
Assamcareeralert.com(GK)
Q. ISRO ৰ সম্পূৰ্ণ নাম কি?
Answer: 1.The Indian Space Research Organization.
Q. POLICE ৰ সম্পূৰ্ণ নাম কি?
Answer: P- Polite, O- Obligant, L- Loyal, I- Intelligent, C-Clever, E- Efficient
Q. ভাৰতৰ আটাইতকৈ বেছি বাদাম উৎপাদন কৰা ৰাজ্য খনৰ নাম কি?
Answer: গুজৰাট
Q. ভাৰতত আটাইতকৈ বেছি চয়াবিন উৎপাদন কৰা ৰাজ্য খনৰ নাম কি?
Answer: B. মধ্য প্ৰদেশ
Q.ভাৰতত আটাইতকৈ বেছি বাঁহ উৎপাদন কৰা ৰাজ্য কোনখন?
Answer: গ. অসম
Q. হস্পিতালত যে লিখা থাকে OPT ৰ সম্পূৰ্ণ নাম কি?
Answer: Out Patient Department.
Q. A.C.P. ৰ সম্পূৰ্ণ নাম কি?
Answer: Assistant Commissioner of Police.
Q. CID ৰ সম্পূৰ্ণ নাম কি হয়
Answer: Criminal Investigation Department.
Q. CBI ৰ সম্পূৰ্ণ নাম কি?
= Central Bureau of Investigation.
Q. RAW ৰ সম্পূৰ্ণ নাম কি?
= Research and Analysis Wing