QUIZ

QUIZ

Assamcareeralert.com(GK)

Q. ISRO ৰ সম্পূৰ্ণ নাম কি?

Answer: 1.The Indian Space Research Organization.

 

Q. POLICE ৰ সম্পূৰ্ণ নাম কি?

Answer: P- Polite, O- Obligant, L- Loyal, I- Intelligent, C-Clever, E- Efficient

 

Q. ভাৰতৰ আটাইতকৈ বেছি বাদাম উৎপাদন কৰা ৰাজ্য খনৰ নাম কি?

Answer: গুজৰাট

 

Q. ভাৰতত আটাইতকৈ বেছি চয়াবিন উৎপাদন কৰা ৰাজ্য খনৰ নাম কি?

Answer: B. মধ্য প্ৰদেশ

 

Q.ভাৰতত আটাইতকৈ বেছি বাঁহ উৎপাদন কৰা ৰাজ্য কোনখন?

Answer: গ. অসম

 

Q. হস্পিতালত যে লিখা থাকে OPT ৰ সম্পূৰ্ণ নাম কি?

Answer: Out Patient Department.

 

Q. A.C.P. ৰ সম্পূৰ্ণ নাম কি?

Answer: Assistant Commissioner of Police.

 

Q. CID ৰ সম্পূৰ্ণ নাম কি হয়

Answer: Criminal Investigation Department.

 

Q. CBI ৰ সম্পূৰ্ণ নাম কি?

= Central Bureau of Investigation.

 

Q. RAW ৰ সম্পূৰ্ণ নাম কি?

= Research and Analysis Wing